Skip to main content

Posts

Showing posts with the label Biography of Sankardev

Sankardev biography(শংকৰদেৱৰ জীৱনী)

আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হʼল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱনী ।        শ্ৰী শ্ৰী শংকৰদেৱৰ জম্ন হৈছিল নঁগাৱৰ বৰদোৱাৰ আলিপুখুৰীত। তেওঁ ১৪৪৯ চনত জম্ন হৈছিল আৰু ১৫৪৯ চনত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম সত্বসন্ধা । শংকৰদেৱ সৰুৰে পৰা তেওঁৰ আইতাক খেৰসূতীৰ লগতেই ডাঙৰ-দীঘল হʼল ।     শ্ৰী শ্ৰী শংকৰদেৱৰ বাল্যকাল:- শ্ৰী শ্ৰী শংকৰদেৱ সৰুকালত প্ৰায় সময় লগৰ সমনীয়াৰ লগত খেলা-ধূলা কৰিয়েই সময়বোৰ অতিবাহিত কৰিছিল।তেওঁৰ বয়স সময়ৰ লগে লগে বাঢ়ি গৈছিল।শংকৰদেৱৰ সেই বয়সত পঢ়া শুনাৰ প্ৰতি আগ্ৰ্হ নাছিল। সেই দেখি তেওঁৰ আইতাক খেৰসূতীয়ে তেওঁক কেটেৰা জেঙেৰা কথা শুনাইছিল। তেওঁ ১২ বছৰ বয়সলৈকে তেওঁ টোললৈ যোৱা নাছিল।       আগৰ জীৱনী খিনি পঢ়িবলৈ জড়িত হৈ থাকক আমাৰ লগত।  আজিৰ বাবে এইখিনিয়ৈই ধন্নবাদ🙏🙏🙏🙏 ...................................................................... Today we will discuss about Sri Sri Sankardev life .He is broadcaster of navabaisnav dharma...