আমাৰ লগত জড়িত হৈ থকা সকলোলৈ নমষ্কাৰ জনালো।আমি যোৱাটো খণ্ডত শংকৰদেৱৰ বাল্যকালৰ বিষয়ে থুলমূলকৈ আভাস পাইছিলো।আজি আমি ইয়াৰ পিছৰ কথা খিনি আলোচনা কৰিম। শ্ৰী শ্ৰী শংকৰদেৱ ১২বছৰ হোৱাৰ পিছতহে টোললৈ(বিদ্যালয়) গৈছিল।আইতাকে তেওঁক শ্ৰী মহেন্দ্ৰ কণ্ডলীৰ টোলতভৰ্তি কৰাই দিছিল।তেওঁ মহেন্দ্ৰ কণ্ডলীৰ টোলত থকা অন্য শিষ্যৰ লগত থাকি তেওঁৰ পঢ়াৰ প্ৰতি আগ্ৰহ জগিছিল । এবাৰ শ্ৰী মহেন্দ্ৰ কণ্ডলীয়ে শংকৰদেৱৰ লগতে তেওঁৰ অন্য শিষ্যবোৰক নিৰ্দেশ দিলে যে সকলোয়ে এটা পদ ৰচনা কৰা ।সেই আদেশ পাই সকলো শিষ্যই পদ ৰচনা কৰিবলৈ আৰম্ভ কৰিলে ।সকলোৱে এটা এটা পদ ৰচনা কৰি দেখুৱালে কিন্ত শংকৰ দেৱে কোনো আ কাৰ ই কাৰ নোহোৱাকৈ এটি পদ ৰচনা কৰি দেখুৱালে সেই পদ দেখি শ্ৰী মাধৱ কণ্ডলী অতি সন্তোষ্ট হ'ল ।সেই পদটোৰ নাম হ'ল-কৰতল কমল। শ্ৰী মহেন্দ কণ্ডলীয়ে যেতিয়া শংকৰদেৱক দূৰ্গা দেৱীৰ উপাসনাৰ পদ্ধতি শিকাবলৈ তেওঁক চাউল , মাহ ,হাঁহ , পাৰ আনিবলৈ ক'লে কিন্তু শংকৰদেৱে ক'লে যে মোৰ এইবোৰ গোটাবলৈ সামৰ্থ নাই ।সেয়া শুনি শ্ৰী মহেন্দ্ৰ কন্দলীয়ে ক'লে তেনেহ'লে তোমাক কৃষ্ণতত্ব শিকা...
আজি আমি আলোচনা কৰিবলৈ লোৱা বিষয়টো হʼল নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক শ্ৰী শ্ৰী শংকৰদেৱৰ জীৱনী । শ্ৰী শ্ৰী শংকৰদেৱৰ জম্ন হৈছিল নঁগাৱৰ বৰদোৱাৰ আলিপুখুৰীত। তেওঁ ১৪৪৯ চনত জম্ন হৈছিল আৰু ১৫৪৯ চনত মহাপুৰুষজনাই ইহলীলা সম্বৰণ কৰে। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ শিৰোমণি ভূঞা আৰু মাতৃৰ নাম সত্বসন্ধা । শংকৰদেৱ সৰুৰে পৰা তেওঁৰ আইতাক খেৰসূতীৰ লগতেই ডাঙৰ-দীঘল হʼল । শ্ৰী শ্ৰী শংকৰদেৱৰ বাল্যকাল:- শ্ৰী শ্ৰী শংকৰদেৱ সৰুকালত প্ৰায় সময় লগৰ সমনীয়াৰ লগত খেলা-ধূলা কৰিয়েই সময়বোৰ অতিবাহিত কৰিছিল।তেওঁৰ বয়স সময়ৰ লগে লগে বাঢ়ি গৈছিল।শংকৰদেৱৰ সেই বয়সত পঢ়া শুনাৰ প্ৰতি আগ্ৰ্হ নাছিল। সেই দেখি তেওঁৰ আইতাক খেৰসূতীয়ে তেওঁক কেটেৰা জেঙেৰা কথা শুনাইছিল। তেওঁ ১২ বছৰ বয়সলৈকে তেওঁ টোললৈ যোৱা নাছিল। আগৰ জীৱনী খিনি পঢ়িবলৈ জড়িত হৈ থাকক আমাৰ লগত। আজিৰ বাবে এইখিনিয়ৈই ধন্নবাদ🙏🙏🙏🙏 ...................................................................... Today we will discuss about Sri Sri Sankardev life .He is broadcaster of navabaisnav dharma...